মাথো ০.০৮ ছেকেণ্ডৰ বাবে অলিম্পিকলৈ যোগ্যতা অৰ্জনত ব্যৰ্থ অসমৰ হিমা দাস
- Akshay Sharma
- Jun 22, 2021
- 1 min read
গুৱহাটী, ২২ জুন:
মাথো ০.০৮ ছেকেণ্ডৰ ব্যৱধানৰ বাবে অলিম্পিকলৈ যোগ্যতা অৰ্জনত ব্যৰ্থ হয় অসমৰ হিমা দাস।
কিন্তু অলিম্পিকত প্ৰৱেশৰ বাবে আৰু এখন খেল খেলিবলৈ পাব হিমাই।
৪৩.৩৭ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি হিমাৰ ভাৰতীয় দলটোৱে এই সময়েৰে পূৰ্বৰ ৰেকৰ্ড ভংগ কৰে।
পাটিয়ালাত অনুষ্ঠিত হোৱা চতুৰ্থ ভাৰতীয় গ্ৰেণ্ড প্ৰিক্সৰ ২০০ মিটাৰ দৌৰত স্বৰ্ণ জয় কৰে হিমা দাসে।
অলিম্পিকৰ কোৱালিফায়িং মাৰ্ক হল ২২.৮০ ছেকেণ্ড। হিমাই ২০০ মিটাৰ দৌৰ সম্পূৰ্ণ কৰে ২২.৮৮ ছেকেণ্ডত।

Comments