top of page

IWPL ফাইনেল খেলত খিতাপ অৰ্জন কৰা জিন্টি মনিক উষ্ম আদৰনী

গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হোৱাৰ পাছতে মঙলদৈ ক্ৰীড়া সন্থাৰ সভাপতি গুৰুজ্যোতি দাসৰ নেতৃত্বত আদৰণি।WPL অংশগ্ৰহণ কৰি ফাইনেল খেলত খিতাপ অৰ্জন কৰাৰ পাছতেই আজি নিজ জিলাত  উপস্থিত হোৱাৰ পিছত প্ৰথমে জিন্তি মনিয়ে অধ্যয়ন কৰা মঙ্গলদৈ মহাবিদ্যালয়ত উষ্ম আদৰণি জনায়।জিন্তি মনি মঙ্গলদৈ মহাবিদ্যালয়ৰ ২য় ষান্মাসিক ছাত্ৰী।ইয়াৰ পিছতে জিন্টিমণিয়ে ক্ৰিকেটৰ  অ আ শিকা মঙলদৈ ক্ৰীড়া সন্থাৰ খেলপথাৰত আদৰণি জনায় ক্ৰীড়া সন্থাৰ বিষয়ববীয়া সকলে।উল্লেখযোগ্য যে জিন্টিমণিৰ খেলত আপ্লুত হৈ মুম্বাই ইণ্ডিনিয়াছৰ স্বত্বাধীকাৰী নীতি আম্বানীয়ে এটি ঘড়ী উপহাৰ দিয়াৰ কথাও উল্লেখ কৰে।ইপিনে WPL সমালোচক সকলে জিন্তি মনিক ভাৰতীয় দলৰ ভবিষ্যত অলৰাউণ্ডাৰ আখ্যা দিছে ৷


17 views0 comments
bottom of page