আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা মহেন্দ্ৰ সিং ধোনিৰ অৱসৰ
- Akshay Sharma
- Aug 16, 2020
- 1 min read
ভাৰতীয় ক্ৰিকেট দলৰ পূৰ্বৰ কেপ্টেইন মহেন্দ্ৰ সিং ধোনিয়ে যোৱাকালি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱা বুলি এটা ইনষ্টাগ্ৰাম পোষ্টত জনাই।
ধোনিয়ে এটা ভিডিও পোষ্ট যোগে কয় যে -' আপোনালোকৰ মৰম আৰু সঁহাৰিৰ বাবে ধন্যবাদ। ১৭:২৯ বজাৰ পৰা ধৰি লব যে মই অৱসৰপ্ৰাপ্ত।'
ধোনিয়ে একো বৰ্ণনা নিদিলে যে তেখেতে ক্ৰিকেটৰ পৰা সম্পূৰ্ণকৈ অৱসৰ ললে নে মাথোঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰাহে।

Comments