অসমৰ লাভলীনা বৰগোহাঁইলৈ অৰ্জুন বঁটা
- Akshay Sharma
- Aug 29, 2020
- 1 min read
ৰাষ্ট্ৰপতিৰ পৰা বঁটা গ্ৰহণ
অসমৰ ক্ৰীড়া জগতলৈ গৌৰৱ কঢ়িয়াই আনিছে মুক্তিযোদ্ধা লাভলীনা বৰগোহাঁইয়ে।

এক ভাৰ্চুৱেল অনুষ্ঠানত ২২ বছৰীয়া লাভলীনা বৰগোহাঁইক ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ য়ে আজি সন্মানীয় অৰ্জুন বঁটা প্ৰদান কৰে।
লাভলীনা বৰগোহাঁই অসমৰ পৰা অলিম্পিকলৈ বাচনি হোৱা প্ৰথমগৰাকী মহিলা।

Comments