top of page

সদৌ অসম হস্ততাঁত সমবায় সংস্থাই উদযাপন কৰিলে ৰ্অষ্টম ৰাষ্টীয় হেণ্ডলুম দিবস

ধাৰাপুৰ চাৰিআলিৰ দুৰ্গামন্দিৰ প্ৰাংগনত অনুস্থিত সভাত অংশ লয় সংস্থাৰ সভাপতি, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা,কাৰ্যকৰী সভাপতি এন এন ৰাণা পাটগিৰি. উপ সভাপতি পৰেশ হালৈ প্ৰমুখ্যে বহুজন |

সভাত 9 গৰাকী শিপিনীক সম্বৰ্ধনা জনোৱা হয় |

ধাৰাপুৰৰ পৰা গীতা মণ্ডল ডেকা


Comments


Subscribe to Our Newsletter

Thanks for submitting!

  • White Facebook Icon

© 2020 by Journalists Barta. Site created by Blue River Technology

bottom of page