top of page

সদৌ অসম হস্ততাঁত বোৱনী সন্থাৰ সাধাৰণ সভা অনুস্থিত

গুৱাহাটী, ১৪ অক্টোবৰ:

সদৌ অসম হস্ততাঁত বোৱনী সন্থাৰ সাধাৰণ সভা এখন গুৱাহাটীৰ পাটৰকুচিত সংস্থাৰ সভাপতি ডিম্বেশ্বৰ ৰাজবংশীৰ সভাপতিত্বত অনুস্থিত হৈ যায় |

সংস্থাৰ কাৰ্যকৰী সভাপতি ভবেশ তালুকদাৰ আৰু সাধাৰণ সম্পাদিকা ড: চৰ্না শৰ্মাই আঁত ধৰা অনুস্থানটিত কেইবাজনো বিশিষ্ট ব্যক্তিৰ লগতে বি জে পিৰ অন্যতম সহযোগী সংগঠন 'সহকাৰ ভাৰতী 'অসমৰ ৰাজ্যিক সভাপতি ভবেন সিং বসুমতাৰীয়ে মূল্যবান ভাষন প্ৰদান কৰে|

সভাত অসমৰ কেইবাখনো জিলাৰ শিপিনী উপস্থিত থাকে |


Comments


Subscribe to Our Newsletter

Thanks for submitting!

  • White Facebook Icon

© 2020 by Journalists Barta. Site created by Blue River Technology

bottom of page