মঙলদৈত ভয়াবহ পথ দুৰ্ঘটনাত নিহত দৰং জিলাৰ জিলা শ্ৰম বিষয়া গৌৰাংগ দাস
- Akshay Sharma
- Sep 2, 2022
- 1 min read
মঙ্গলদৈ, ২ ছেপ্টেম্বৰ:
যোৱা নিশা খাৰুপেটীয়াৰ পৰা বাইকেৰে মঙলদৈ অভিমুখে আহি থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয় ৷
এখন বাইকত গৌৰাংগ দাসৰ লগতে তেওঁৰ পুত্ৰ আৰু জীয়ৰী আছিল ।
পুত্ৰ জীয়ৰীয়ে সামান্য আঘাতপ্ৰাপ্ত হয় যদিও গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত গৌৰাংগ দাসক উন্নত চিকিৎসাৰ বাবে নাৰায়না হস্পিটালত ভৰ্তি কৰোৱা হয় যদিও মৃত্যু হয় বিষয়াগৰাকী ৷

コメント