top of page

মালিগাঁও গোশালাত বিধায়কে মুকলি কৰিলে হাতেবোৱা কাপোৰৰ বিক্ৰীকেন্দ্ৰ

বৰঝাৰ সৰু আগচিয়া বোঁৱাকটা সমবায় সমিতিৰ হাতেবোঁৱা কাপোৰৰ অস্থায়ী বিক্ৰীকেন্দ্ৰ এটি মালিগাঁও গোশালা চ'কত মুকলি কৰা হয় | কেন্দ্ৰটি মুকলি কৰে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাই | অনুস্থানত পাৰিষদ বিজু মেধি,দীপাংকৰ বৈশ্য,গীতাঞ্জলি নাথ কাকতি,পংকজজ্যোতি দাসকে ধৰি শতাধিক বিহুবলিয়া লোকে অংশ গ্ৰহন কৰে |

সমবায় খনৰ সম্পাদিকা গীতা মণ্ডল ডেকাই জনোৱা মতে ৰঙালী বিহু উপলক্ষে ৰেহাই দৰত গ্ৰাহকে হাতেবোঁৱা কাপোৰ লাভ কৰিব পাৰিব |


Comments


Subscribe to Our Newsletter

Thanks for submitting!

  • White Facebook Icon

© 2020 by Journalists Barta. Site created by Blue River Technology

bottom of page