top of page

নিপন গোস্বামীৰ দ্বাৰা অভিনীত ছবিৰ তালিকা

৯৫৫ চনৰ ২ ডিচেম্বৰত ফণী শৰ্মা পৰিচালিত 'পিয়লি ফুকন নামৰ ছবিখন মুক্তি পাইছিল । এই ছবিখন আছিল ১২ সংখ্যক অসমীয়া ছবি । লক্ষ্যণীয়ভাবে নিজৰ জীৱনৰ ১২ বছৰ বয়সতে এগৰাকী শিশু অভিনেতা হিচাপে এইখন ছবিৰ বাবে কেমেৰাৰ সন্মুখীন হৈছিল নিপন গোস্বামী । এগৰাকী শিশু অভিনেতা হিচাপে ৰূপালী পৰ্দাত আত্মপ্ৰকাশ কৰা নিপন গোস্বামীয়ে নায়ক হিচাপে প্ৰথম অভিনয় কৰিছিল ১৯৬৮ চনৰ ১৯ জানুৱাৰীত মুক্তিলাভ কৰা অমৰ পাঠক পৰিচালিত 'সংগ্ৰাম' ছবিখনত । 'সংগ্ৰাম' ছবিখনৰ পৰা কাইলৈ মুক্তি পাবলগীয়া ৰজনী বৰ্মনৰ 'লংকাকাণ্ড' নামৰ ছবিখনলৈকে অসমীয়া চলচ্চিত্ৰৰ এক সুদীৰ্ঘ যাত্ৰা সামৰি আজি চিৰদিনৰ বাবে আমাৰ মাজৰ পৰা অজান দেশলৈ গুচি গ'ল অসমীয়া ছবিৰ জনপ্ৰিয় অভিনেতা নিপন গোস্বামী । তেওঁ অভিনয় কৰা ছবিৰ তালিকাখন আগবঢ়ালো ।


সংগ্ৰাম : ১৯৬৮

ড° বেজবৰুৱা : ১৯৬৯

বৰুৱাৰ সংসাৰ : ১৯৭০

মুকুতা : ১৯৭০

শেষ বিচাৰ : ১৯৭১

মৰিচীকা : ১৯৭২

ললিতা : ১৯৭২

অভিযান : ১৯৭৩

পৰিণাম : ১৯৭৪

সন্তান : ১৯৭৪

মেঘমুক্তি : ১৯৭৯

দূৰণিৰ ৰং : ১৯৭৯

আজলী নবৌ : ১৯৮০

মইনাজান : ১৯৮০

মন আৰু মৰম : ১৯৮০

উত্তৰ শূণ্য : ১৯৮১

অপৰূপা : ১৯৮২

নয়নমণি : ১৯৮৩

ককাদেউতা নাতি আৰু হাতী : ১৯৮৩

শকুন্তলা আৰু শংকৰ যোচেফ আলী : ১৯৮৪

জীৱন সুৰভি : ১৯৮৪

ব'হাগৰ দুপৰীয়া : ১৯৮৫

মন মন্দিৰ : ১৯৮৫

পূজা : ১৯৮৫

দীপজ্যোতি : ১৯৮৬

আৰতি : ১৯৮৬

মা : ১৯৮৬

যুগে যুগে সংগ্ৰাম : ১৯৮৬

প্ৰতিমা : ১৯৮৭

প্ৰতিশোধ : ১৯৮৭

প্ৰতিদান : ১৯৮৭

অ' চেনাই : ১৯৮৭

আই মোৰ জনমে জনমে : ১৯৮৮

চিৰাজ : ১৯৮৮

ভাই ভাই : ১৯৮৯

বৰদৈচিলা : ১৯৮৯

ৰঙানদী : ১৯৯১

ৰিক্সাৱালা : ১৯৯৩

হৃদয়ৰ আৰে আৰে : ১৯৯৪

দেৱতা : ১৯৯৭

মোহমুক্তি : ১৯৯৮

মহাৰথী : ১৯৯৯

অনল : ১৯৯৯

বুকুৰ মাজত জ্বলে : ১৯৯৯

বৈভৱ : ১৯৯৯

হিয়া দিয়া নিয়া : ২০০০

তুমি মোৰ মাথো মোৰ : ২০০০

আছেনে কোনোবা হিয়াত : ২০০০

জোন জ্বলে কপালত : ২০০০

দাগ : ২০০১

কইনা মোৰ ধুনীয়া : ২০০১

প্ৰেম আৰু প্ৰেম : ২০০২

জখম : ২০০২

তুমিয়ে মোৰ কল্পনাৰ : ২০০২

প্ৰিয়া অ' প্ৰিয়া : ২০০২

মৰমী হ'বানে লগৰী : ২০০২

জীৱন নদীৰ দুটি পাৰ : ২০০২

ত্যাগ : ২০০২

মিঠা মিঠা লগনত : ২০০২

ককাদেউতাৰ ঘৰ জোঁৱাই : ২০০২

প্ৰেমগীত : ২০০২

অৰ্পন : ২০০৩

প্ৰিয়া মিলন : ২০০৩

এয়েই জোনাকবিহীন জীৱন : ২০০৩

প্ৰছম ভৰা চকুলো : ২০০৩

জুমন সুমন : ২০০৩ ( নায়ক যতীন বৰাৰ পিতৃ )

সত্যম শিৱম সুন্দৰম : ২০০৩

মা তুমি অনন্যা : ২০০৪

হৃদয় কপোৱা গান : ২০০৪

অনুৰাগ : ২০০৪

কাদম্বৰী : ২০০৪

সোণৰ খাৰু নালাগে মোক : ২০০৫

হিয়াৰ দাপোনত তোমাৰেই ছবি : ২০০৫

কদম তলছ কৃষ্ণ নাচে : ২০০৫

অঘৰী আত্মা : ২০০৫

দেউতা দিয়া বিদায় : ২০০৬

জীৱন বাটৰ লগৰী : ২০০৯

পলে পলে উৰে মন : ২০১১

বৰলাৰ ঘৰ : ২০১২

মহাসমৰ : ২০১৩

হিয়া দিবা কাক : ২০১৪

মৰিচীকা : ২০১৬

গানে কি আনে : ২০১৬

মৃগনাভী : ২০১৭

শছষ অংগীকাৰ : ২০১৭

মিছন চাইনা : ২০১৭

দ্য আন্দাৰৱৰ্ল্ড : ২০১৮

সীমা - দ্য আনট'ল্ড ষ্ট'ৰী : ২০১৯

লংকাকাণ্ড : ২০২২


19 views0 comments
bottom of page